笨鸟先飞
我们一直在努力
2025-01-10 05:11 | 星期五

Unmona Valpuwa歌词-Himan Kashyap

Unmona Valpuwa歌词由Himan Kashyap演唱,出自专辑《Unmona Valpuwa》,下面是《Unmona Valpuwa》完整版歌词!

Unmona Valpuwa歌词

Unmona Valpuwa歌词完整版

তুমি যেন এটি নিশাৰ সাৰথি

তুমিয়েই প্ৰাৰ্থনা পুৱা আবেলি

কৃষ্ণচূড়া এপাহি হৈ সৰি পৰি

ৰঙীন কৰাহি মোৰ প্রেমৰ পৃথিৱী

ফাগুন অহা বাটেৰে তুমি আহিছিলা

উন্মনা বুকুতে পলাশ সিচিলা

ধুলিয়ৰি সপোনৰ উৰণি ফালি

উশাহত বোৱালা ভালপোৱা

সাধনা হৈ বুকুতে বয় নতুন নতুন গান

প্ৰবাহিত অনুৰণৰ ঠিকনা কেতিয়ানো পাম..

শুকান এই হৃদয়ত প্ৰণয়ৰে লহৰ

তোমাৰ হাঁহিতে জীপাল হ'ব অধৰ

দুচকুতে সানি পৰানৰ আবিৰ

মিলি দুয়ো ৰচিম কাহিনী জীৱনৰ

তোমাৰ নিলাভ চাৱনিতে

সপোনেও পাখি মেলে

আশা বোৰেও সীমনা ভেদি

উৰিব খোজে

সাধনা হৈ বুকুতে বয় নতুন নতুন গান

প্ৰবাহিত অনুৰণৰ ঠিকনা কেতিয়া পাম..

未经允许不得转载 » 本文链接:http://www.benxiaoben.com/ef034VVA9BgxUUgYCCg.html

相关推荐

  • Hujan歌词-SCARED FAMOUS

    Hujan歌词-SCARED FAMOUS

    Hujan歌词由SCARED FAMOUS演唱,出自专辑《Hujan》,下面是《Hujan》完整版歌词! Hujan歌词完整版 Hujan..Ku terbangun di pagi ini disambut hangat Mentari y...

  • 魔女歌词-V.W.P

    魔女歌词-V.W.P

    魔女歌词由V.W.P演唱,出自专辑《運命》,下面是《魔女》完整版歌词! 魔女歌词完整版 魔女 - V.W.P 词:カンザキイオリ 曲:カンザキイオリ これは魔法だ这就是...

  • Mother歌词-Mulia P. Nasution

    Mother歌词-Mulia P. Nasution

    Mother歌词由Mulia P. Nasution演唱,出自专辑《Mother》,下面是《Mother》完整版歌词! Mother歌词完整版 Mother, I wanna tell youI never meant to let you ...

  • Only You歌词-HalfNoise

    Only You歌词-HalfNoise

    Only You歌词由HalfNoise演唱,出自专辑《City Talk》,下面是《Only You》完整版歌词! Only You歌词完整版 Okay, I guess I’ll get out of bed But that’s a...