笨鸟先飞
我们一直在努力
2025-01-23 03:03 | 星期四

Maku歌词-Mon Manashi

Maku歌词由Mon Manashi演唱,出自专辑《Maku》,下面是《Maku》完整版歌词!

Maku歌词

Maku歌词完整版

মাকো মাৰি মাৰি

তাতেনো বৈ আছিলোঁ

অ সোনকণ

তোৰে কথা ভাবি লৈ

চকুৰ টিপে মাৰি

তোকেনো মই মাতিলোঁ

অ সোনকণ

মোৰেনো ঐ কাষলৈ X2

মাকো মাৰি থাকোঁতে

তোৰে কথা ভাবোঁতে X2

অ....সোনকণ

ঘনাইনো সুতা ছিঙে

ঘনাইনো সুতা ছিঙে

তাঁতৰ

পিৰিটি ঐ নামেৰে

তিনিটি ঐ আখৰে

গামোচাতে লিখিলোঁ

অ সোনকণ

মৰম তোমাৰ নামকে

মৰম তোমাৰ নামকে মই

Music

কেতেকী চৰাইয়ে কাটেনো

সৰু সুতা

মনেৰে মাজতে কিহৰে

গুনা গথা X2

সপোনৰ শালিকী চৰাইয়ে

আহে মোলে কাষলে

দিলেহি বতৰা তোক

(মাকো মাৰি থাকোঁতে

তোৰে কথা ভাবোঁতে) X2

অ....সোনকণ

ঘনাইনো সুতা ছিঙে

ঘনাইনো সুতা ছিঙে

তাঁতৰ

Music

ঢোলৰ মাতত

অ সোনকণ

পেপাৰ মাতত

অ সোনকণ

তাঁতৰ মাকো

অ সোনকণ

পিচলি পৰে

তোৰে কথা

চেনাই ধন

ভাবি ভাবি

চেনাই ধন

বুকুতে মোৰ

চেনাই ধন

গাজনী মাৰে

তোৰে কথা ভাবোঁতে

তোকেনো চাই থাকোঁতে

অ....সোনকণ

ঘনাইনো সুতা ছিঙে

ঘনাইনো সুতা ছিঙে

তাঁতৰ

ঘনাইনো সুতা ছিঙে

ঘনাইনো সুতা ছিঙে

তাঁতৰ

未经允许不得转载 » 本文链接:http://www.benxiaoben.com/ef0f1VVA9BQpSUgIACA.html

相关推荐

  • 不如风歌词-杨联恩

    不如风歌词-杨联恩

    不如风歌词由杨联恩演唱,出自专辑《不如风》,下面是《不如风》完整版歌词! 不如风歌词完整版 不如风 - 杨联恩词 Original Lyrics:潇然曲 Composer:潇然编曲...

  • 不如风 (伴奏)歌词-杨联恩

    不如风 (伴奏)歌词-杨联恩

    不如风 (伴奏)歌词由杨联恩演唱,出自专辑《不如风》,下面是《不如风 (伴奏)》完整版歌词! 不如风 (伴奏)歌词完整版 不如风 - 杨联恩词 Original Lyrics:潇然...

  • 国旗红红的哩歌词-姚智裕

    国旗红红的哩歌词-姚智裕

    国旗红红的哩歌词由姚智裕演唱,出自专辑《《数鸭子》小不点儿唱新歌系列(一)》,下面是《国旗红红的哩》完整版歌词! 国旗红红的哩歌词完整版 国旗红红的哩 -...

  • Mbaliko Nong Isun歌词-Vita Alvia&Niken Salindry

    Mbaliko Nong Isun歌词-Vita Alvia&Niken Salindry

    Mbaliko Nong Isun歌词由Vita Alvia&Niken Salindry演唱,出自专辑《Mbaliko Nong Isun》,下面是《Mbaliko Nong Isun》完整版歌词! Mbaliko Nong Isun歌词完整...