笨鸟先飞
我们一直在努力
2025-01-11 05:21 | 星期六

Morom Loga Deka歌词-Debjani Shil

Morom Loga Deka歌词由Debjani Shil演唱,出自专辑《Morom Loga Deka》,下面是《Morom Loga Deka》完整版歌词!

Morom Loga Deka歌词

Morom Loga Deka歌词完整版

মৰমলগা ডেকাটি

যাৱ কেনি আঁতৰি?

চিকুটি চাওঁ,

চিকুটি চাওঁ যেন

লাগে মুখনি!

খুলি ক'বলে হে ভয়,

জানোচা নুবুজ তই!

যেনি যাওঁ,

উজুতি খাওঁ তোৰে

কথা ভাবি!

ৰাতি ভাবি তোৰে কথা

সদায় এশ-এবুৰি,

শুকাই-খীণাই, জহি-খহি

পৰিছোঁ যে ভাগৰি।

যদি দেখা পাওঁ,

তোৰে কাষৰলে যাওঁ,

লাজে লাজে লাহেকৈ

তোৰ দুচকুলে চাওঁ।

যেনি যাৱ তই,

দূৰলে জুমি জুমি চাওঁ,

ক'বও মই নোৱাৰোঁ

তোক কিদৰে বুজাওঁ!

বুকুৰ সাঁচিপাতত যতনাই

লিখিছোঁ তোৰে নাম,

আছে যিমান মৰম তোলৈ

নাপাবি তাৰে উমান!

নাচাবি আনলৈ,

মোক নকবি মিছাকৈ,

আনক নহয়, তোকেই লাগে

ওৰে জীৱনলৈ।

চহকী নহ'লেও

মোৰ মনে মিলা হ'লেই

সকলো এৰিব পাৰোঁ

তোকে পাবলৈ।

ঘৰৰ এজনী ছোৱালী হ'লেও

যাম তোৰে হৈ,

সুখে-দুখে মিলি থাকিম দুয়ো,

কথা দিলোঁ মই!

未经允许不得转载 » 本文链接:http://www.benxiaoben.com/ef210VVA9BQpRVgIDDg.html

相关推荐

  • Ssshhh歌词-Pino G

    Ssshhh歌词-Pino G

    Ssshhh歌词由Pino G演唱,出自专辑《Bago Ang Lahat (Explicit)》,下面是《Ssshhh》完整版歌词! Ssshhh歌词完整版 Parang bala sa puso ang mga salita moPara...

  • Wala ng Bago (Explicit)歌词-Youngwise

    Wala ng Bago (Explicit)歌词-Youngwise

    Wala ng Bago (Explicit)歌词由Youngwise演唱,出自专辑《Wala ng Bago (Explicit)》,下面是《Wala ng Bago (Explicit)》完整版歌词! Wala ng Bago (Explicit)...

  • Beatus Vir (Salmo 1, fragmentos)歌词-Luis de Stoa

    Beatus Vir (Salmo 1, fragmentos)歌词-Luis de Stoa

    Beatus Vir (Salmo 1, fragmentos)歌词由Luis de Stoa演唱,出自专辑《De nima》,下面是《Beatus Vir (Salmo 1, fragmentos)》完整版歌词! Beatus Vir (Salm...

  • 真夜中のシンデレラ (Remastered 2023)歌词-綺

    真夜中のシンデレラ (Remastered 2023)歌词-綺

    真夜中のシンデレラ (Remastered 2023)歌词由綺演唱,出自专辑《文明開歌》,下面是《真夜中のシンデレラ (Remastered 2023)》完整版歌词! 真夜中のシンデレラ ...