Kill Chor歌词由Sunny Starling演唱,出自专辑《Kill Chor》,下面是《Kill Chor》完整版歌词!
Kill Chor歌词完整版
মোৰ নাম কিল চোৰ
মই কৰো কিল চোৰ
মানুহে এনকে ভাবে কিন্তু
মই নেদেখো enemy কত
ধাই ধাই ধাই
গুলি চলে মোৰ ফাই ফাই
চাই চাই চাই
Enemy জেগাত মৰি যায়
মই ভাবো এনকে
কিন্তু নহয় তেনেকে
Kill chor was knocked out by a Noobra
হে হেডছত মাৰিব খোজো মই
ৰি ৰিকল কংট্ৰল নহয় মোৰ ও ভাই
Genx devil মোৰে লগ
Sunny starling মোৰে লগ
আমি তিনিটা মিলি কৰোঁ enemy কেইটাক knock knock
যশনাযা পচীনকী
ঘৰত খাও মই গালি
লুটি লুটি বিল্ডিঙত কিবকে পাওঁ উজি
ঐ ঐ ঐ মোৰ কিল চুৰি নকৰিবি
ভয় ভয় ভয় মোৰ নামত ভয় খাবি
আজি বোলে arena কালি বোলে TDM গেম খেলাৰ আগত কৰি দিবি DM