Corona Corona歌词由Sunny Starling演唱,出自专辑《Corona Corona》,下面是《Corona Corona》完整版歌词!
Corona Corona歌词完整版
নিউজ অত দেখিছিলো
কিবা Covid
গম পোৱা নাছিলো
কি হৈ এই বিধ
সেই তো টো আছিলে
আমাৰ অতীত
শুনা চুন বন্ধু মোৰ
গাম এটা গীত
Corona Corona চবতে corona
বাছি থাকিবলৈ ঘৰতে বহানা
বাহিৰত গলে ও মাস্ক পিন্ধি লোৱা
মানুহৰ গাতে গাত লাগি নাথাকিবা
ভয় খোৱা ভয় খোৱা
অলপ টো ভয় খোৱা
মানু্হ বোৰ মৰিছে
অলপ টো মন দিয়া
Level মাৰিব গৈ
তুমি টো মাৰিব
ঘৰত TV আছে
নিউজ টো চাই দিয়া
হে হে
মানুহ বোৰ মৰিছে
হে হে
Family কান্দিছে
হে হে
সিহঁতৰ দুখ বোৰ বুজি পাও যদি
তই ঘৰতে থাকিবি safe safe
কৰিব লাগিব vaccinate
কথা খাৰ বুজাবা চবোকে
নহলে বিয়পি থাকিলে এদিন টো
হৈ যাব দেশ খন শেষ শেষ
ভোগিব লাগিব যন্ত্ৰণা
নহলে লাগিব corona
মুখ খন ভালকে ঢাকি লবা
জীৱন টো অকল এবাৰ পোৱা
এবাৰ পোৱা
এবাৰ পোৱা
নিজকে মানুহ যে কৈছোঁ তৈ
বিপদ দেখিলে তই নকৰোঁ
ভয়
গছ কাটিলে কি হব তোৰ জয়
যুৱ সমাজ টো একো নকৈ
দেশ খন মাৰিব এয়াই সময়
Reels কৰি থাক লগৰ কেইটাক লৈ
নুখুনিবি তই কি কৈ আছোঁ মই
সময় নাথাকে কৰোঁ বাবে ৰৈ
হে হে
মানুহ বোৰ মৰিছে
হে হে
Family কান্দিছে
হে হে
সিহঁতৰ দুখ বোৰ বুজি পাও যদি
তই ঘৰতে থাকিবি safe safe
কৰিব লাগিব vaccinate
কথা খাৰ বুজাবা চবোকে
নহলে বিয়পি থাকিলে এদিন টো
হৈ যাব দেশ খন শেষ শেষ
Corona
লাগিব লাগিব ...
Corona
লাগিব লাগিব ...
Corona
লাগিব লাগিব ...
Corona
লাগিব লাগিব ...